খালী পদৰ সংখ্যাঃ ৬৯টা।
দৰমহাঃ মাহিলী ৮৫হেজাৰ টকা।
নিযুক্তিৰ স্থানঃ গুৱাহাটী, শিলচৰ, মুজাফৰনগৰ, গান্ধীনগৰ, ৰাঁচী, কোচিন-কোচি-এৰ্ণাকুলাম, ভূপাল, নাগপুৰ, নতুন দিল্লী, এলাহাবাদ আদি।
মৌখিক সাক্ষাতকাৰৰ তাৰিখঃ ১৫-০৯-২০২০ আৰু ১৬-০৯-২০২০।
প্ৰাৰ্থী বাছনিঃ সাক্ষাতকাৰলৈ অহা প্ৰাৰ্থীয়ে লগত শিক্ষাগত অৰ্হতা, বয়স, অভিজ্ঞতা আদিৰ প্ৰমাণপত্ৰ আনিব লাগিব। আগ্ৰহী চিকিত্সকে সাক্ষাতকাৰত অৱতীৰ্ণ হ'ব পাৰে।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
আৰু চাব পাৰেঃ অসম সচিবালয়ত কনিষ্ঠ প্ৰশাসনিক সহায়কৰ প্ৰয়োজন