Begin typing your search above and press return to search.

অসম সচিবালয়ত কনিষ্ঠ প্ৰশাসনিক সহায়কৰ প্ৰয়োজন

অসম সচিবালয়ে কনিষ্ঠ প্ৰশাসনিক সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

অসম সচিবালয়ত কনিষ্ঠ প্ৰশাসনিক সহায়কৰ প্ৰয়োজন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Aug 2020 7:02 AM GMT

খালী পদৰ সংখ্যাঃ ১৭০টা। ইয়াৰে ৫৭ টা অ-সংৰক্ষিত হোৱাৰ বিপৰীতে ১৪টা অনুসূচিত জনজাতি( ভৈয়াম), ১২ টা অনুসূচিত জনজাতি(পাহাৰীয়া), এছ চি ১৪টা, ৪০টা অ বি চি-এম অ বি চি, আৰু ১৯ টা আৰ্থিকভাবে পিছ পৰা শ্ৰেণীৰ বাবে সংৰক্ষিত।

দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৪৯ হেজাৰ টকাৰ লগতে ৮,৭০০টকাৰ গ্ৰেড পে'।

বয়সৰ সীমাঃ ১৮ ৰ পৰা ৩৮ বছৰ। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ বয়স ৰেহাই পাব। এছ চি-এছ টিয়ে ৩ বছৰ বয়স ৰেহাই পাব।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৮-২০২০।

কাৰ্যালয়ৰ ঠিকনাঃ Secretariat, Block 'A', Ground Floor Dispur, Guwahati, Assam-781006 প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা, কম্পিউটাৰ পৰীক্ষা ।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ উদ্যোগ আৰু বাণিজ্য বিভাগত সম্প্ৰসাৰণ বিষয়া নিযুক্তি

Next Story
চাকৰি