খালী পদৰ সংখ্যাঃ ১৭০টা। ইয়াৰে ৫৭ টা অ-সংৰক্ষিত হোৱাৰ বিপৰীতে ১৪টা অনুসূচিত জনজাতি( ভৈয়াম), ১২ টা অনুসূচিত জনজাতি(পাহাৰীয়া), এছ চি ১৪টা, ৪০টা অ বি চি-এম অ বি চি, আৰু ১৯ টা আৰ্থিকভাবে পিছ পৰা শ্ৰেণীৰ বাবে সংৰক্ষিত।
দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৪৯ হেজাৰ টকাৰ লগতে ৮,৭০০টকাৰ গ্ৰেড পে'।
বয়সৰ সীমাঃ ১৮ ৰ পৰা ৩৮ বছৰ। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ বয়স ৰেহাই পাব। এছ চি-এছ টিয়ে ৩ বছৰ বয়স ৰেহাই পাব।
নিযুক্তিৰ স্থানঃ গুৱাহাটী।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৮-২০২০।
কাৰ্যালয়ৰ ঠিকনাঃ Secretariat, Block 'A', Ground Floor Dispur, Guwahati, Assam-781006 প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা, কম্পিউটাৰ পৰীক্ষা ।
আৰু চাব পাৰেঃ উদ্যোগ আৰু বাণিজ্য বিভাগত সম্প্ৰসাৰণ বিষয়া নিযুক্তি