চাকৰি

এয়াৰলাইন এলাইড ছাৰ্ভিচেছত পদখালী

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১৮টা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৫৩ বছৰ।

দৰমহাঃ ৪ লাখ ৭০ হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ নতুন দিল্লী, কলকাতা, হায়দৰাবাদ, বাংগালুৰু ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৮-০৯-২০২০।

প্ৰাৰ্থী বাছনিঃ সাক্ষাতকাৰ।

আবেদনৰ নিয়মঃ এ এ এছ এলৰ ৱেবছাইট http://airindia.inচাওক।