Begin typing your search above and press return to search.
ARIAS-ত ব্যৱস্থাপনা বিশেষজ্ঞৰ প্ৰয়োজন
অসম গ্ৰামীণ আন্তঃগাঁথনি আৰু কৃষি সেৱাসমূহ( ARIAS)-সমাজে ব্যৱস্থাপনা বিশেষজ্ঞ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদৰ নামঃ Post-Harvest Management Expert (PHME)।
খালী পদৰ সংখ্যাঃ ০১টা।
বয়সৰ সীমাঃ ৪০ বছৰতকৈ অধিক হ'ব নালাগিব।
দৰমহাঃ বাৰ্ষিক ৬.৬০লাখৰ পৰা ১০.৮০লাখ টকা।
নিযুক্তিৰ স্থানঃ গুৱাহাটী।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৮-২০২০।
প্ৰাৰ্থী বাছনিঃ অনলাইন সাক্ষাতকাৰ।
আবেদনৰ নিয়মঃ অহা ৩১ আগষ্টৰ ভিতৰত আবেদন পত্ৰ recruitments@arias.in / hrdepariass@gmail.com-লৈ প্ৰেৰণ কৰিব লাগিব।
সবিশেষ জানিবলৈ ইয়াত কিক্ল কৰক।
আৰু পঢ়িব পাৰেঃ হিন্দুস্তান এৰোনটিক্স লিমিটেডত টেকনিচিয়ানৰ প্ৰয়োজন
Next Story