হিন্দুস্তান এৰোনটিক্স লিমিটেডত টেকনিচিয়ানৰ প্ৰয়োজন

হিন্দুস্তান এৰোনটিক্স লিমিটেডে টেকনিচিয়ান নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
হিন্দুস্তান এৰোনটিক্স লিমিটেডত টেকনিচিয়ানৰ প্ৰয়োজন
Published on: 

খালী পদৰ সংখ্যাঃ ০৪টা।

দৰমহাঃ ৪৩,১০০টকা।

স্থানঃ চেন্নাই।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৭-০৯-২০২০।

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা।

আবেদনৰ নিয়মঃ অনলাইনৰ জৰিয়তে আবেদন  জনাব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com