এয়াৰলাইন এলাইড চাৰ্ভিচ লিমিটেড নিযুক্তি ২০২০
এয়াৰলাইন এলাইড চাৰ্ভিচ লিমিটেডত খালি পদসমূহ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম: ফাৰ্ষ্ট অফিচাৰ / চিনিয়ৰ ফাৰ্ষ্ট অফিচাৰ
পদৰ সংখ্যা: ১৫
দৰমহা: ২৫,০০০/- ৰ পৰা ৩,৩৫,০০০/- টকা প্ৰতি মাহ।
বয়স: ৪৫ বছৰ
কৰ্ম স্থান: ভাৰতবৰ্ষ
আবেদনৰ মাচুল: ১৫০০/- টকা (এচ.টি/এচ চি প্ৰাৰ্থীৰ বাবে মাচুল ৰেহাই)
আবেদনৰ শেষ তাৰিখ: ১৮/০৯/২০২০
বাচনি প্ৰক্ৰিয়া: সাক্ষৎকাৰ
অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : click Here
অন্য খবৰৰ বাবে পঢ়ক : মণিপুৰ চেক্ৰেটেৰিয়েটত নিযুক্তি ২০২০