Begin typing your search above and press return to search.

মণিপুৰ চেক্ৰেটেৰিয়েটত নিযুক্তি ২০২০

মণিপুৰ চেক্ৰেটেৰিয়েটত নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Feb 2020 10:54 AM GMT

মণিপুৰ চেক্ৰেটেৰিয়েটত নিযুক্তি ২০২০

মণিপুৰ চেক্ৰেটেৰিয়েটৰ খালি পদসমূহৰ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিচে।

পদৰ নাম: অফিচ এচিচটেন্ট

পদৰ সংখ্যা: ০২

দৰমহা: ৫,২০০/- ৰ পৰা ২০,০০০/- প্ৰতি মাহ

কৰ্ম স্থান: ইম্ফল

আবেদনৰ শেষ তাৰিখ: ১৪/০২/২০২০

পদৰ নাম: কম্পিউটাৰ অপৰেটৰ

পদৰ সংখ্যা: ০২

দৰমহা: ৫,২০০/- ৰ পৰা ২০,০০০/- প্ৰতি মাহ

কৰ্ম স্থান: ইম্ফল

আবেদনৰ শেষ তাৰিখ: ১৪/০২/২০২০

পদৰ নাম: পিয়ন

পদৰ সংখ্যা: ০২

দৰমহা: ৪,৪৪০/- টকাৰ পৰা ৭,৪৪০/-টকা প্ৰতি মাহ

কৰ্ম স্থান: ইম্ফল

আবেদনৰ শেষ তাৰিখ: ১৪/০২/২০২০

ঠিকনা: Address: Office of Secretary (Law), Govt. of Manipur, Manipur Secretariat, South Block

বাচনি প্ৰক্ৰিয়া: লিখিত পৰীক্ষা/ সাক্ষাৎকাৰ

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

অন্য খবৰৰ বাবে পঢ়ক : অসম বিশ্ববিদ্যালয়ত ,শিলচৰত নিযুক্তি ২০২০

Next Story