চাকৰি

দিল্লীৰ এইমছত কনিষ্ঠ আৱাসিক চিকিত্সক নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১৯৪টা।

নিযুক্তিৰ স্থানঃ নতুন দিল্লী।

দৰমহা গাঁথনিঃ মাহিলী ১৫,৬৬টকাৰ পৰা ৫৬,৪০০টকা। গ্ৰেড পে ৫,৪০০টকা।

প্ৰাৰ্থী বাছনিঃ ২০২০ৰ মে'ত এইমছৰ পি জি প্ৰৱেশ পৰীক্ষাত লাভ কৰা ৰেংকিং।

আবেদনৰ নিয়মঃ কেৱল অনলাইন আবেদনহে গ্ৰহণ কৰা হব।

অন্যান্য চৰ্তাৱলী www.aiimsexams.org আৰু www.aiims.edu চাওক। অনলাইন পঞ্জীয়ন website www.aiimsexams.orgত উপলব্ধ হব।