Begin typing your search above and press return to search.

কামৰূপৰ জিলা-সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ত প্ৰশাসনিক বিষয়া নিযুক্তি

কামৰূপৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ে মুখ্য প্ৰশাসনিক বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

কামৰূপৰ জিলা-সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ত প্ৰশাসনিক বিষয়া নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-08-19T18:13:29+05:30

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ ৩০ হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৮-০৯-২০২০।

কাৰ্যালয়ৰ ঠিকনাঃ Office Of The District And Sessions Judge, Kamrup।

অহা ৮ আগষ্টৰ ভিতৰত উক্ত কাৰ্যালয়ত আবেদন পত্ৰ পাব লাগিব। আবেদনৰ সৈতে শিক্ষাগত অৰ্হতা, বয়স আদিৰ প্ৰমাণ পত্ৰৰ প্ৰতিলিপি গাঁতি দিব লাগিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ অ' এন জি চিত জৰুৰী সেৱাৰ বাবে চিকিত্সা বিষয়া নিযুক্তি

Next Story