অ' এন জি চিত জৰুৰী সেৱাৰ বাবে চিকিত্সা বিষয়া নিযুক্তি

অ’ এন জি চিয়ে চিকিত্সা বিষয়া(জৰুৰী কৰ্তব্য) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
অ' এন জি চিত জৰুৰী সেৱাৰ বাবে চিকিত্সা বিষয়া নিযুক্তি
Published on: 

খালী পদৰ সংখ্যাঃ ০৮টা।

দৰমহাঃ মাহিলী ৭২হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ শিৱসাগৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১০-০৯-২০২০। প্ৰাৰ্থী বাছনিঃ শিক্ষাগত অৰ্হতা আৰু সাক্ষাতকাৰৰ ভিত্তিত।

আবেদনৰ নিয়মঃ www.ongcindia.comৰ জৰিয়তে পাৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com