Begin typing your search above and press return to search.
ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ-পলিমাৰ লিমিটেড (গেছ ক্ৰেকাৰ)ত চাকৰি
হ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড(গেছ ক্ৰেকাৰ)-এ এপ্ৰেণ্টিচ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদৰ নামঃ গ্ৰেজুৱেট/টেকনিচিয়ান এপ্ৰেণ্টিচ।
খালী পদৰ সংখ্যাঃ ৭৬টা।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৯-২০২০।
নিযুক্তিৰ স্থানঃ গুৱাহাটী।
আবেদনৰ নিয়মঃ আগ্ৰহী প্ৰাৰ্থীয়ে NATS-ৰ portal-www.mhrdnats.gov.in-ৰ পৰা আবেদন জনাব পাৰিব।
আৰু পঢ়িব পাৰেঃ গুৱাহাটীত আধাৰ কৰ্তৃপক্ষত শাখা বিষয়াৰ পদখালী
Next Story