চাকৰি

অসম লোকসেৱা আয়োগৰ কনিষ্ঠ অভিযন্তা নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ৩৬৮টা।

দৰমহাঃ মাহিলী ১৪হেজাৰ টকাৰ পৰা ৬০,৫০০টকা।

বয়সৰ সীমাঃ প্ৰাৰ্থীৰ বয়স ০১-০১-২০২০ত ১৮বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অদিক হব নালাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়স ৰেহাই পাব।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২২-০৯-২০২০।