চাকৰি

সহকাৰী সঞ্চালক নিযুক্তিৰ বাবে এ পি এছ চিৰ আবেদন আহ্বান

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১২টা।

দৰমহাঃ মাহিলী ৩০ হেজাৰৰ পৰা ১ লাখ ১০ হেজাৰ টকা।

বয়সৰ সীমাঃ ০১-০১-২০২০ত ২৫ বছৰতকৈ কম আৰু ৪০ বছৰতকৈ অধিক হব নালাগিব।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-০৮-২০২০।

আবেদনৰ মাচুলঃ সাধাৰণ শ্ৰেণী আৰু আৰ্থিকভাবে পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত ২৫০টকা। এছ চি-এছ টি, অন্যান্য পিছপৰা শ্ৰেণী আৰু অধিক অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত ১৫০টকা। বি পি এলৰ প্ৰাৰ্থীয়ে আবেদনৰ মাচুল দিব নালাগে। বি পি এলৰ প্ৰমাণপত্ৰৰ প্ৰতিলিপি প্ৰাৰ্থীয়ে আবেদন পত্ৰৰ সৈতে জমা দিব লাগিব।

ঠিকনাঃ Deputy Secretary, APSC, Jawaharnagar, Khanapara, Guwahati – 781022।

আবেদনৰ নিয়মঃ সম্পূৰ্ণকৈ পূৰণ কৰা আবেদন পত্ৰ Deputy Secretary, APSC, Jawaharnagar, Khanapara, Guwahati-781022 লৈ প্ৰেৰণ কৰিব লাগিব। আবেদন পত্ৰৰ লেফাফাৰ ওপৰত আবেদন কৰা পদৰ নাম লিখিব লাগিব।