ইউ পি এছ চিৰ কনিষ্ঠ বৈজ্ঞানিক বিষয়া নিযুক্তি

ইউ পি এছ চিৰ কনিষ্ঠ বৈজ্ঞানিক বিষয়া নিযুক্তি

কেন্দ্ৰীয় লোকসেৱা আয়োগ( ইউ পি এছ চি)-এ কনিষ্ঠ বৈজ্ঞানিক বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
Published on

খালী পদৰ সংখ্যাঃ ১৪টা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৩০ বছৰ।

দৰমহাঃ সপ্তম দৰমহা আয়োগৰ অষ্টম পৰ্যায় অনুসৰি।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৮-০৮-২০২০।

আবেদনৰ নিয়মঃ অহা ২৮ আগষ্টৰ ভিতৰত http://www.upsconline.nic.inত আবেদন জনাব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com