খালী পদৰ সংখ্যাঃ ১টা।
দৰমহাঃ মাহিলী ১ লাখ টকা।
বয়সৰ সীমাঃ সৰ্বোচ্চ ৬৫ বছৰ।
নিযুক্তিৰ স্থানঃ গুৱাহাটী।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১২-০৮-২০২০।
আবেদন প্ৰেৰণৰ ঠিকনাঃ Assistant Secretary (Admn. & Rectt.), IWAI, A-13, Sector-1, Noida -201301(U.P.) Selection: Written Exam/Interview To Apply: The closing/ last date for receipt of applications is 12/08/2020। আবেদন কেৱল পঞ্জীয়নকৃত ডাক বা স্পীড পোষ্টযোগে প্ৰেৰণ কৰিব লাগিব।
আৰু চাব পাৰেঃ আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষৰ জ্যেষ্ঠ কনছালটেণ্ট নিযুক্তি