Begin typing your search above and press return to search.

আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষৰ জ্যেষ্ঠ কনছালটেণ্ট নিযুক্তি

ভাৰতীয় আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষই জ্যেষ্ঠ কনছালটেণ্ট নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষৰ জ্যেষ্ঠ কনছালটেণ্ট নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 July 2020 11:51 AM GMT

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মা..মাঃ সৰ্বোচ্চ ৬৫ বছৰ।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১২-০৮-২০২০।

আবেদন প্ৰেৰণৰ ঠিকনাঃ Assistant Secretary (Admn. & Rectt.), IWAI, A-13, Sector-1, Noida -201301(U.P.) Selection: Written Exam/Interview To Apply: The closing/ last date for receipt of applications is 12/08/2020। আবেদন কেৱল পঞ্জীয়নকৃত ডাক বা স্পীড পোষ্টযোগে প্ৰেৰণ কৰিব লাগিব।

সবিশেষ জানিবলৈ...

আৰু চাব পাৰেঃ আই টি বি পিত কনিষ্টবল নিযুক্তিৰ বাবে আবেদন আহ্বান

Next Story
চাকৰি