চাকৰি

অসম ৰুৰেল ইনফ্ৰাষ্টাকচাৰ আৰু এগ্ৰিকালচাৰ চাৰ্ভিচ চোচাইটিত নিযুক্তি,২০২০

Sentinel Digital Desk

অসম ৰুৰেল ইনফ্ৰাষ্টাকচাৰ আৰু এগ্ৰিকালচাৰ চাৰ্ভিচ চোচাইটিত নিযুক্তি,২০২০

অসম ৰুৰেল ইনফ্ৰাষ্টাকচাৰ আৰু এগ্ৰিকালচাৰ চাৰ্ভিচ চোচাইটিয়ৰ অধিনস্থ ৰ্ৱল্ড বেংক -ফাইনেন্সড আছাম এগ্ৰি বিজনেস আৰু ৰুৰেল ট্ৰনসৰ্ফম প্ৰজেক্ট (APART) আছাম চিটিজেন চেন্ট্ৰিক চাৰ্ভিচ ডেলিভাৰী প্ৰজেক্ট (ACCSDP) ঠিকাভিত্তিক পদ সমূহৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম : চীফ ফাইন্যান্স মেনেজাৰ

অৰ্হতা: এম বি এ, চাৰ্টাড একাউন্টেট (CA)/ICWA) ৰ ৫ বছৰীয়া অভিজ্ঞতা আৰু ফাইন্যান্স আৰু একাউন্টচ ফিল্ড ত কৰ্মৰত হব লাগিব।

অভিজ্ঞতা: ১০ বছৰ ফাইন্যান্স আৰু একাউন্টচ ফিল্ডত কৰ্মৰত অভিজ্ঞতা হব লাগিব।

কম্পিউটাৰ ৰ দক্ষতা : ইন্টাৰনেট সেৱা, ৱৰ্ড প্ৰচেচিং/ স্প্ৰেডশ্বীট এম.এছ. ৱৰ্ড, এম.এছ এক্সেল , এম.এছ পাৱাৰ পইন্ট ত কৰ্মৰত অভিজ্ঞতা হব লাগিব।

দৰমহা: ১১,৪০ লাখ টকাৰ ৰ পৰা ২৫.৮০ লাখ টকা /- প্ৰতি বছৰ।

পদৰ নাম: প্ৰকিউমেন্ট কন্ট্ৰেক্ট মেনেজমেন্ট এস্কপাৰ্ট

শিক্ষাগত অৰ্হতা: স্নাতক ( ইন্জিনিয়াৰিং/ আইন/ প্ৰকিউমেন্ট/ ফাইন্যান্স/ বাণিজ্য/)

প্ৰাৰ্থী সকলৰ বিশ্ব বেংক দ্বাৰা অগ্ৰাধিকাৰ দিয়া পাব্লিক প্ৰকিউমেন্টত ডিপ্লোমা আৰু পাব্লিক প্ৰকিউমেন্টত চাৰ্টিফিকেট প্ৰোগ্ৰাম ৰ অভিজ্ঞতা থাকিব লাগিব।

কম্পিউটাৰ দক্ষতা: ইন্টাৰনেটৰ দক্ষতা,এম.এছ. ৱৰ্ড, এম.এছ এক্সেল , এম.এছ পাৱাৰ পইন্ট।

দৰমহা: ১১,৪০ লাখ টকাৰ ৰ পৰা ২৫.৮০ লাখ টকা /- প্ৰতি বছৰ।

আবেদন কৰিবলৈ: দক্ষতা আৰু অভিজ্ঞতাসম্পন্ন প্ৰাৰ্থী সকলে ARIAS Society ৱেবচাইটত ইংৰাজী ভাষাত কভাৰ লেটাৰ, ডকুমেন্টচ সনূহ ৰ সৈতে ১০/০২/২০২০ ৰ ৪:০০ বজাৰ পূ্ৰ্বে recruitments@arias.in মেইল যোগে পঠিয়াব লাগিব।

শেষ তাৰিখ- ১০/০২/২০২০

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here