নাগপুৰ মেট্ৰ' ৰেল কৰপোৰেচন লিমিটেডত(NMRCL) নিযুক্তি ২০২০

নাগপুৰ মেট্ৰ' ৰেল কৰপোৰেচন লিমিটেডত(NMRCL) নিযুক্তি ২০২০

নাগপুৰ মেট্ৰ' ৰেল কৰপোৰেচন লিমিটেডত(NMRCL) নিযুক্তি ২০২০

নাগপুৰ মেট্ৰ' ৰেল কৰপোৰেচন লিমিটেডত বি .টেক./ বি ই / এল এল বি, এম বি এ/ পি জি ডি এম কৰা প্ৰাৰ্থী সকলৰ বাবে ডেপুটি জেনেৰেল মেনেজাৰ আৰু জেনেৰেল মেনেজাৰ পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: জেনেৰেল মেনেজাৰ

পদৰ সংখ্যা: ০১

অৰ্হতা:

১/অভিজ্ঞতা সম্পন্ন মেট্ৰ ৰেল / ৰেলৱে/ ৰেলৱে পি এচ ইউ'এচ (Railway Psu’s)/ গভৰ্নমেন্ট অৰগেনাইজেচন/ পি এচ ইউ'এচ কনট্ৰেক /Deputation Basis For The Period Of Five Years/ Three Years Extendable Upto Five Years Respectively For SystemSystem Legal And Strategic Planning Department Of Pune Metro Rail Project.

২/ মহাৰাষ্ট্ৰ মেট্ৰ' ৰেল কৰপোৰেচন লিমিটেড ত পুনে মেট্ৰ' ৰেল প্ৰজেক্টৰ বাবে অভিজ্ঞতাসম্পন্ন মেট্ৰ ৰেল / ৰেলৱে/ ৰেলৱে পি এচ ইউ'এচ (Railway Psu’s)/ গভৰ্নমেন্ট অৰগেনাইজেচন/ পি এচ ইউ'এচ কনট্ৰেক /Deputation Basis For The Period Of Five Years/ Three Years Extendable Upto Five Years Respectively)

৩/ নূন্যতম শিক্ষাগত অৰ্হতা: বি ই / বি টেক ইলেক্ট্রিকেল

৪/ নূন্যতম অভিজ্ঞতা: ২১ বছৰ ৰ মেট্ৰ' ৰেল / ৰেলৱে/ ৰেলৱে পি এচ ইউ'এচ (Railway Psu’s)/ এম ই পি ৰিলেটেড ইন্ডাষ্ট্রিজ/ ইনফ্ৰাষ্টাকচাৰ ইন্ডাষ্ট্রিজ. প্ৰাৰ্থী সকলৰ ১৫ বছৰৰ এম ই পি ডিজাইন ইন ৰেলৱেত ত অভিজ্ঞতা ৰেলৱে/ ৰেলৱে পি এচ ইউ'এচ (Railway Psu’s)/ মেট্ৰ' ৰেল. Candidate must be presently working in the IDA Pay Scale of Rs. 1,00,000 – 2,60,000 or CDA Pay Matrix with level-13A (7th CPC)OR have worked at least 03 years in the IDA Pay Scale of Rs. 90,000 – 2,40,000/or CDA Pay Matrix level13 (7th CPC) (NFSAG or SG), as on closing date The Candidates having the experience in MEP Related Industries: The candidate from MEP Related Industries, who are drawing salary (CTC) of Rs. 2,50,000 Per Month (approximately) are also eligible to apply. প্ৰাৰ্থী সকলৰ এম ই পি চিচটেম মেট্ৰ আৰু লিফট্ আৰু এচকেলেটৰ ৰ ইৰিকচন , ই আৰু এম, জেনেৰেল চাৰ্ভিচ/ ষ্টেচন লাইটিং/ ইনচটলেচন, টনেল ভেন্টিলেচন চিচটেমৰ টেষ্টিং কমিছনিং , পাৱাৰ জেনেৰেচন/ ডিস্ট্রিবিউচন নেটৱৰ্ক/ পাৱাৰ বেক আপ চ-লাৰ ডিজেল জেনেৰেটিং ত অভিজ্ঞতা থাকিব লাগিব।

বয়স - ৫৫ বছৰ

মাচুল- এচ টি/ এচ চি প্ৰাৰ্থী ৰ বাবে বিনামূল্যে, জেনেৰেল/ অ বি চি ( এস্ক - চাৰ্ভিচমেন্ট) প্ৰাৰ্থী ৰ বাবে ৪০০ টকা ডিমান্ড ড্ৰাফ্ট যোগে মহাৰাষ্ট্ৰ মেট্ৰ' ৰেল কৰপোৰেচৱ লিমিটেড ত পঠিয়াব লাগিব।

পদৰ নাম : ডেপুটি জেনেৰেল মেনেজাৰ

পদৰ সংখ্যা: ০২

অৰ্হতা :

১/ ডেপুটি জেনেৰেল মেনেজাৰ (লিগেল) - E3 : এল. এল. বি ডিগ্ৰী (৬০% নম্বৰ)

২/ ডেপুটি জেনেৰেল মেনেজাৰ ( মাল্টিমডেল ইন্টিগ্রেশন/ ট্রান্সপোর্ট)E3: এম বি এ মা মাৰ্কেটিং

৩/ নূন্যতম অভিজ্ঞতা: ৮ বছৰৰ গভৰ্নমেন্ট লিগেল ডিপার্টমেন্ট ডিপার্টমেন্ট মেট্ৰ ৰেল / ৰেলৱে/ ৰেলৱে পি এচ ইউ'এচ (Railway Psu’s)/ গভৰ্নমেন্ট অৰগেনাইজেচন/ এচ ইউ'এচ Candidate must be presently working in the IDA pay scale of Rs. 60,000 – 1,80,000/- or CDA Pay Scale of Pay Matrix Level-11 (7th CPC) OR worked at least 03 years in the IDA Pay Scale of Rs. 50,000 – 1,60,000/- or CDA Pay Scale of Pay Matrix Level-10 (7th CPC) or above pay scale, as on closing date.

বয়স: ৪৫-৫৫ বছৰ

মাচুল: এচ টি/ এচ চি প্ৰাৰ্থী ৰ বাবে বিনামূল্যে, জেনেৰেল/ অ বি চি ( এস্ক - চাৰ্ভিচমেন্ট) প্ৰাৰ্থী ৰ বাবে ৪০০ টকা ডিমান্ড ড্ৰাফ্ট যোগে মহাৰাষ্ট্ৰ মেট্ৰ ৰ্ল কৰপোৰেচৱ লিমিটেড ত পঠিয়াব লাগিব।

নিৰ্বাচন প্ৰক্ৰিয়া- বাচি উলিওৱা প্ৰাৰ্থী সকলক ই-মেইল যোগে সাক্ষাৎকাৰ ৰ বাবে জনোৱা হব।

সাক্ষাৎকাৰ ৰ স্থান -

Maharashtra Metro Rail Corporation Limited”, First Floor, The Orion Building, Arjun Mansukhani Marg, Opp. St. Mira College, Koregoan Park, Pune-411 001.

২/ অন্য কোনো প্ৰক্ৰিয়াৰে প্ৰাৰ্থী সকলক সাক্ষাৎকাৰ ৰ বাবে জনোৱা নহব। প্ৰাৰ্থী সকলে সাক্ষাৎকাৰ দিনা প্ৰয়োজনীয় নথিপত্ৰ সমূহ লগত আনিব লাগিব লগতে MAHA-Metro ৰ www.mahametro.org ৱেবচাইটত ত নিৰীক্ষণ কৰি থাকিব লাগিব।

৩/ ইনটাৰভিউত জ্ঞান,দক্ষতা, অভিজ্ঞতা, শাৰীৰিক ভাৱে সক্ষমতা ৰ ওপৰত বাছনি কৰা হব।

আবেদন কৰিবলৈ: প্ৰাৰ্থী সকলৰ বাচনি কৰি উলিওৱাৰ পিছত চাকৰিৰ পোষ্ট ৰ বাবে Nagpur/Pune or অন্য প্ৰজেক্ট MAHAMetro, anywhere in India during their services in MAHA-Metro. উপযুক্ত প্ৰাৰ্থী সকলে আবেদনৰ ৰ লগত ,Name of the Post__, Post Code, Category To, General Manager (HR), Maharashtra Metro Rail Corporation Ltd., First Floor, The Orion Building, Arjun Mansukhani Marg, Opp. St. Mira College, Koregoan Park, Pune – 411 001. ঠিকনাত স্পিড পোস্ট যোগে পঠিয়াব লাগিব।

১২/০২/২০২০ ৰ তাৰিখৰ ভিতৰত আবেদনসমূহ পঠিয়াব লাগিব।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com