কেন্দ্রীয় খাদ্য প্ৰদ্যোগিক অনুসন্ধান সংস্থান, মাইচুৰ ত নিযুক্তি ২০২০ (Mysuru)

কেন্দ্রীয় খাদ্য প্ৰদ্যোগিক অনুসন্ধান সংস্থান, মাইচুৰ ত নিযুক্তি ২০২০ (Mysuru)

কেন্দ্রীয় খাদ্য প্ৰদ্যোগিক অনুসন্ধান সংস্থান, মাইচুৰ ত নিযুক্তি ২০২০ (Mysuru)

কেন্দ্রীয় খাদ্য প্ৰদ্যোগিক অনুসন্ধান সংস্থান, খালী পদসমূহ পূৰণৰ বাবে উপযুক্ত প্ৰাৰ্থী ৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: বৈজ্ঞানিক

পদৰ সংখ্যা: ২৫

দৰমহা: ৯৪,২৫৩ /- প্ৰতি মাহ

বয়স: ৩২ বছৰ

কৰ্মস্থান: গুৱাহাটী, মাইচুৰ, লক্ষ্ণৌ, মুম্বাই, হায়দৰাবাদ, বাংগালোৰ

আবেদনৰ শেষ তাৰিখ:০৬/০২/২০২০

পদৰ নাম : জ্যেষ্ঠ বৈজ্ঞানিক (Senior Scientist)

পদৰ সংখ্যা: ০৩

দৰমহা: ১,০৯,০১৬/- প্ৰতি মাহ

বয়স: ৩৭ বছৰ

কৰ্মস্থান: গুৱাহাটী, মাইচূৰ, লক্ষনৌ, মুম্বাই, হাইদ্ৰাবাদ, বেংগলৰ

শেষ তাৰিখ: ০৬/০২/২০২০

পদৰ নাম: প্ৰধান বৈজ্ঞানিক (Principal Scientist)

পদৰ নাম : ০৩

দৰমহা: ১,৬৭,৯৩৫/- প্ৰতি মাহ

বয়স: ৪৫ বছৰ

কৰ্মস্থান: গুৱাহাটী, মাইচুৰ, লক্ষ্ণৌ, মুম্বাই, হায়দৰাবাদ, বাংগালোৰ

শেষ তাৰিখ- ০৬/০২/২০২০

গুৰুত্বপূৰ্ণ তাৰিখ-

*অনলাইন আবেদন বাবে ০৮/০১/২০২০( ৰাতিপুৱা ১০:০০ বজা) ৰ পৰা আৰম্ভ হব

*অনলাইন ৰিচিপ্ট সমূহ ০৬/০২/২০২০ (আবেলি ৫:০০ ) ত অনলাইন জমা দিব লাগিব।

*ৰিচিপ্ট সমূহৰ হাৰ্ড কপি ২১/০২/২০২০ ৰ আগত জমা দিব লাগিব।

অনলাইন আবেদন সমূহ CSIR-CFTRI ৱেবচাইটত ০৮/০১/২০২০( ৰাতিপুৱা ১০:০০ বজা) ৰ পৰা ০৬/০২/২০২০(আবেলি ৫:০০ ) লৈকে উপলব্ধ হব।

আবেদন সমূহ প্ৰাৰ্থী সকলে প্ৰিন্ট আউট উলিয়াই স্ব-স্বাক্ষৰ যুক্ত নথিপত্ৰ লগতে ফটোসহ ২১/০২/২০২০ ৰ আগত CSIR-CFTRI ওচৰত পঠিয়াব লাগিব।

আবেদন তথা পেমেন্ট ৰিচিপ্ট সমূহ প্ৰাৰ্থী সকলে প্ৰিন্ট আউট ০৬/০২/২০২০ ৰ আগতে উলিয়াই লব লাগিব। প্ৰৰ্থীসকলে আবেদন সমূহৰ লগত ৰঙীন ফটো, স্ব-স্বাক্ষৰ যুক্ত চাৰ্টিফিকেট, মাৰ্কশ্বীট, বয়সৰ প্ৰমান পত্র, কাষ্ট্ চাৰ্টিফিকেট, EWS চাৰ্টিফিকেট, অনলাইন পেমেন্টৰ ৰিচিপট।

প্ৰাৰ্থী সকলে এনভেলপট “Application For The Post Of ” Code ‘Advertisement No. 119/2019’ লিখি স্পিড পোষ্ট যোগে Recruitment Cell (E-I Section), CSIR-Central Food Technological Research Institute Cheluvamba Mansion, Mysuru – 570020, Karnataka ঠিকনাত ২১/০২/২০২০ ৰ আগত পঠিয়াব লাগিব।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com