শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় ত নিযুক্তি ২০২০

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় ত নিযুক্তি ২০২০

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় ত নিযুক্তি ২০২০

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় ত হাই স্কুল শিক্ষান্ত পৰীক্ষা ত সুখ্যাতিৰ উত্তীর্ণ প্ৰাৰ্থী তথা ইউ জি চি (UGC) নিযুক্তি প্ৰাপ্ত প্ৰাৰ্থী সকলৰ পৰা সহকাৰী অধ্যাপকৰ পদৰ বাবে আবেদন বিচাৰিছে।

পদৰ নাম: অৰ্থনিতীৰ সহকাৰী অধ্যাপক

পদৰ সংখ্যা: ০১

শিক্ষাগত অৰ্হতা: চৰকাৰী নিয়মাৱলী অনুসৰি No AHE.407/2017/44 dated 08.11.2018 with NET/SLET/SET উত্তীর্ণ হব লাগিব।

প্রার্থী পিএইচ.ডি. ( minimum standards and procedure for award of Ph.D. Degree , regulations, 2009) আৱশ্যকতা অনুসৰি ৰ ন্যূনতম যোগ্যতা নেট / এস এল টি / এস ই টি( NET/ SLET/SET) উত্তীর্ণ হব লাগিব।

বয়স : ৩৮ ( ০১-০১-২০২০) এচ.টি /এচ চি/পি ডাব্লিউ ডি প্ৰাৰ্থী ৰ বাবে ৫ বছৰ ৰেহাই অ বি চি/ এম অ বি চি প্ৰাৰ্থী ৰ বাবে ৩ বছৰৰ ৰেহাই।

আবেদনৰ বাবে প্ৰাৰ্থীসকলে প্ৰকাশন (০৪-০২-২০২০) ৰ নন - ৰিফান্ডেবল ১৫ দিনৰ ভিতৰত ডিমান্ড ড্ৰাফট যোগে ২০০০/- টকা প্রিন্সিপাল , শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় , শিৱসাগৰ কাৰ্য্যলয়ত জমা কৰাব লাগিব।

ঠিকনা : Dr. S. J. Mahanta, Principal & Secretary, Sibsagar Commerce College, Sivasagar, Assam

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com