অসম ৰাজ্যিক জৈৱ - বৈচিত্র পৰিষদত নিযুক্তি (ASBB)

অসম ৰাজ্যিক জৈৱ - বৈচিত্র পৰিষদত নিযুক্তি (ASBB)

অসম ৰাজ্যিক জৈৱ - বৈচিত্র পৰিষদত নিযুক্তি (ASBB)

অসম ৰাজ্যিক জৈৱ - বৈচিত্র পৰিষদত বি.এম.চি জিলা সমন্বয়কৰ ৩৩ তা খালি পদত ৩ মাহৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।(11th batch of Biodiversity Research Associate Programme ,BRAP)

পদৰ নাম: বি.এম.চি জিলা সমন্বয়ক

শিক্ষাগত অৰ্হতা: স্নাতোকোত্তৰ জীৱ বিজ্ঞান ( উদ্ভিদ বিজ্ঞান, প্ৰাণী বিজ্ঞান)

স্থানীয় উদ্ভিদ, প্রাণী ,চিনাক্তকৰণ বৈজ্ঞানিক নাম, সাধাৰণ ব্যবহাৰ ইত্যাদিৰ যথাযথ জ্ঞান লগতে কম্পিউটাৰ ৰ দক্ষতা (ৱৰ্ড/ এক্সেল) অপৰিহার্য।

পদৰ সংখ্যা: ৩৩ (প্ৰতি খন জিলাত)

দৰমহা: ১৫০০০/- প্ৰতি মাহ + ভ্ৰমণৰ খৰচ ৫০০০/- প্ৰতি মাহ।

বয়স:৩০ বছৰ

আবেদনৰ শেষ তাৰিখ:২০/০২/২০২০

নিৰ্বাচন প্ৰক্ৰিয়া- বোৰ্ডৰ দ্বাৰা প্ৰাৰ্থী সমূহৰ আবেদনসমূহ বাচি উলিয়াই যোগ্যতা নিৰ্ণয় কৰা হব।

** প্ৰাৰ্থী সকলে আবেদনসমূহ asbb.applications@gmail.com মেইল যেগে অথবা স্পিড পোষ্ট যোগে তলৰ ঠিকনাটিত পঠিয়াব লাগিব।

The Member Secretary,

Assam State Biodiversity Board,

Aranya Bhawan, 2nd Floor,

Panjabari, Guwahati- 37

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com