ইঞ্জিনিয়াৰচ ইনচটিউট অৱ ইণ্ডিয়া, গুৱাহাটী ত  নিযুক্তি ২০২০

ইঞ্জিনিয়াৰচ ইনচটিউট অৱ ইণ্ডিয়া, গুৱাহাটী ত  নিযুক্তি ২০২০

ইঞ্জিনিয়াৰচ ইনচটিউট অৱ ইণ্ডিয়া, গুৱাহাটী ত নিযুক্তি ২০২০

ইঞ্জিনিয়াৰচ ইনচটিউট অৱ ইণ্ডিয়া,গুৱাহাটী কোচিং ইনচটিউটে গেট , আই ই এছ (GATE/ IES)অন্য গভর্নমেন্ট ইনচটিউটসমূহত নিম্নলিখিত পদ সমুহৰ বাবে ইচ্ছুক প্ৰাৰ্থী ৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম - মাৰ্কেটিং এগজিকিউটিভ

পদৰ সংখ্যা- ০১

দৰমহা- ৮০০০-১২০০০/- (+ Health Insurance benefit)

শিক্ষাগত অৰ্হতা: স্নাতক

*দক্ষতা : মাৰ্কেটিংৰ জ্ঞান, কম্পিউটাৰৰ জ্ঞান,

চোচিয়েল মিডিয়া মাৰ্কেটিং, ভাষাৰ দক্ষতা।

*কামৰ বিবৰণ: ইঞ্জিনিয়াৰচ ইনচটিউটত অৱ ইণ্ডিয়া গুৱাহাটী গেট , আই ই এছ (GATE/ IES) আৰু অন্য গভৰ্নমেন্ট টেকনিকেল পৰীক্ষা সমূহৰ বাবে ছাত্র ছাত্রীৰ সহায়কৰ এটি কোচিং চেন্টাৰ। ইঞ্জিনিয়াৰিং ইনচটিউটত অৱ ইণ্ডিয়া ই গুৱাহাটীত যোৱা ৬ বছৰতকৈ বেছি বছৰ ছাত্র ছাত্রী ক প্ৰতি যোগিতামূলক পৰীক্ষাৰ বাবে সহায় আগবঢ়াই আহিছে। তেওঁলোকে এজন স্মাৰ্ট টেক্- প্ৰেমী ব্যক্তিক বিচাৰিছে যিয়ে প্ৰতিষ্ঠানটো আগুৱাই নিয়াত সহায় কৰিব পাৰে।

নিৰ্বাচিত প্ৰাৰ্থী গৰাকীয়ে ছাত্র-ছাত্ৰী সকলক লগ পোৱাৰ লগতে চৰকাৰী পৰিযোজনাৰ ওপৰত কাম কৰিবলৈ সুবিধা লাভ কৰিব। প্ৰাৰ্থী গৰাকীয়ে অনলাইন মাৰ্কেটিংৰ কাম ও পৰিচালন কৰিব পাৰিব লাগিব।

গ্ৰাহকৰ সৈতেও বিচাৰ বিবেচনা কৰি তেওঁলোকৰ দৃষ্টি ভংগীৰ ওপৰত লক্ষ্য ৰাখিব লাগিব।

(চফ্ট-জব বিছৰা প্ৰাৰ্থীসকলৰ বাবে এই কামটো উপযুক্ত নহয়।)

নিৰ্বাচন প্ৰক্ৰিয়া - সাক্ষাৎকাৰ

সাক্ষাৎকাৰৰ তাৰিখ- ফোন যোগে জনোৱা হব।

** আবেদনকাৰীসকলে তেওঁলোকৰ চি ভি সমূহ eii.guwahati@gmail.com ত মেইল যোগে প্ৰেৰণ কৰিব লাগিব।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com