ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত নিযুক্তি ২০২০

ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত নিযুক্তি ২০২০

ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত নিযুক্তি ২০২০

ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়,জামুগুৰিহাট ত হায়াৰ চেকেণ্ডাৰী বাবে সহকাৰী অধ্যাপক পদত ইচ্ছুক প্ৰাৰ্থী ৰ পৰা আৱেদন বিচাৰিছে। UGC ৰ অধীনত প্ৰাৰ্থীসকল NET/SLET/ SET উত্তীর্ণ হোৱাটো বাধ্যতামূলক।

পদৰ নাম: সহকাৰী অধ্যাপক

পদৰ সংখ্যা: ০২ ST(p) -1 ST (h)-1

বিষয়: পৰিসংখ্যা

শিক্ষাগত অৰ্হতা: , প্রার্থী পিএইচ.ডি. ( minimum standards and procedure for award of Ph.D. Degree , regulations, 2009) আৱশ্যকতা অনুসৰি ৰ ন্যূনতম যোগ্যতা নেট / এস এল টি / এস ই টি( NET/ SLET/SET) উত্তীর্ণ হব লাগিব।

বয়স সীমা: ৩৮ বছৰতকৈ অধিক হব নালাগিব, এচ চি (SCৰ বাবে ৫ বছৰ ৰ ৰেহাই , OBC/MOBCৰ বাবে ৩ বছৰ ৰ ৰেহাই ০১/০১/২০২০) , আৱাসিক প্ৰমান পত্ৰ, স্হানীয় ভাষা জনাৰ আৱশ্যক।

** আবেদনৰ বাবে প্ৰাৰ্থীসকলে প্ৰকাশন (৩০-০১-২০২০) ৰ ১৫ দিনৰ ভিতৰত ডিমান্ড ড্ৰাফট যোগে ২০০০/- টকা প্রিন্সিপাল & চেক্ৰেটেৰী ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয় জামুগুৰি হাট ইউকো বেংক, জামুগুৰি হাট শাখা ত জমা কৰাব লাগিব।

যিসকল প্ৰাৰ্থীয়ে আগতে আবেদন কৰিছে, তেওঁলোকে আবেদন কৰাৰ প্ৰয়োজন নাই।

Sd/- Dr. Ajit Hazarika Principal/Secretary T.H.B. College, Jamugurihat Karchantola-784189

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com