বি. বৰুৱা কেঞ্চাৰ সংস্থা, গুৱাহাটীত নিযুক্তি ২০২০

বি. বৰুৱা কেঞ্চাৰ সংস্থা, গুৱাহাটীত নিযুক্তি ২০২০

বি. বৰুৱা কেঞ্চাৰ সংস্থা, গুৱাহাটীত নিযুক্তি ২০২০

বি. বৰুৱা কেঞ্চাৰ সংস্থা, ত ২৫ টাকৈ ষ্টাফ নাৰ্চ পদত ইচ্ছুক প্ৰাৰ্থী ৰ পৰা আবেদন বিচৰা হৈছে।

পদৰ নাম : ষ্টাফ মাৰ্চ

পদৰ সংখ্যা:২৫

বয়স সীমা : ৩০ বছৰ

দৰমহা: ২৪,০০০/- প্ৰতি মাহ

শিক্ষাগত অৰ্হতা: জেনেৰেল নাৰ্চিং আৰু মিডৱাইফেৰি (Midwifery) ,অন'কলজি নাৰ্চিং ত ডিপ্লোমা ৰ লগত ২ বছৰীয়া ৫০ বিছনাযুক্ত হাস্পাতালত ক্লিনিকেল অভিজ্ঞতা অথবা প্ৰাথমিক বি. এচ চি ( নাৰ্চিং)ত ৫০ বিছনাযুক্ত হাস্পাতালত ২বছৰীয়া ক্লিনিকেল অভিজ্ঞতা।

** ছমাহৰ কাৰণে হে নিয়োগ কৰা হব।

আবেদন প্ৰক্ৰিয়া: ইচ্ছুক প্ৰাৰ্থীয়ে ৱা্ক-ইন-ইনটাৰভিউত ৰ বাবে বায়অ' ডাটা লগত প্ৰয়োজনীয় নথিপত্ৰসমূহ নিৰ্বাচন কমিটি ১৯/০২/২০২০ (বুধবাৰ) ৰাতিপুৱা ৯:০০ - ১০:০০ বজাত সংস্থাটোৰ কনফাৰেনচ হলত ৰিপৰ্ট কৰিব লাগিব।

ৱা্ক-ইন-ইনটাৰভিউৰ তাৰিখ : ১৯.০২.২০২০

সময়: ৰাতিপুৱা ৯:০০ - ১০:০০

ঠিকনা: Conference Hall, Dr. B. Borooah Cancer Institute, Guwahati.

Note: কোনো TA/DA সাক্ষাৎকাৰ ৰ সময়ত লোৱা নহয়।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com