Begin typing your search above and press return to search.

অসম বন আৰু জৈৱবৈচিত্ৰ সংৰক্ষণ প্ৰকল্প চছায়টিত (APFBC) নিযুক্তি ২০২০

অসম বন আৰু জৈৱবৈচিত্ৰ সংৰক্ষণ প্ৰকল্প চছায়টিত (APFBC) নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Feb 2020 11:26 AM GMT

অসম বন আৰু জৈৱবৈচিত্ৰ সংৰক্ষণ প্ৰকল্প চছায়টিত (APFBC) নিযুক্তি ২০২০

প্রজেক্ট মেনেজমেন্ট ইউনিট (PMU) APFBC চছায়টিয়ে ঠীকাভিত্তিত পদ সমূহৰ ইচ্ছুক প্ৰাৰ্থীৰ পৰা অনলাইন যোগে আবেদন বিছৰা হৈছে। নিৰ্বাচিত প্ৰাৰ্থী সমূহক ২বছৰীয়া কাৰ্যকালৰ বাবে নিয়োজিত কৰা হব।

পৰৱৰ্তী পৰ্যায়ত কাৰ্মদক্ষতা ওপৰত নিৰ্ভৰ কৰি কৰ্যকালৰ সীমা বঢ়োৱা হব।

পদৰ নাম: চিনিয়ৰ প্ৰকিয়োৰমেন্ট স্পেচিয়েলিষ্ট।

অৰ্হতা: স্নাতকোত্তৰ অথবা বিজনেজ এডমিনিস্ট্রেটিভ / অৰ্থনৈতিক/ ইন্জিনিয়াৰিং / পাব্লিক প্ৰকিয়োৰমেন্ট, পাব্লিক পলিচি।

দৰমহা: ১,০০,০০০/- ৰ পৰা ২,০০,০০০/- প্ৰতি মাহ।

অভিজ্ঞতা: ১৫ বছৰৰ প্ৰজেক্ট মেনেজমেন্ট, ফৰেষ্ট্ৰী/ ইনফ্ৰাষ্ট্ৰাকচাৰ / চোচিয়েল ডেভলপমেন্টৰ প্ৰজেক্ট ৰ ওপৰত অভিজ্ঞতা থাকিব লাগিব। ৫ বছৰীয়া ইন্টাৰন্যাচনেল দনাৰ- ফান্ডেড প্ৰকিয়োৰমেন্ট পলিচিচ আৰু প্ৰচিডিয়োৰ ত কৰ্মৰত অভিজ্ঞতা থাকিব লাগিব

আবেদনৰ তাৰিখ: প্ৰাৰ্থী সকলে নথিপত্ৰসমূহ স্কেন আৰু স্বাক্ষৰিত কৰি নিৰ্ধাৰিত ত পি ডি এফ( PDF file) ফৰমেটত Project Director, PMU, APFBC Society ৰ ওচৰত ০৬/০২/২০২০ ৰ ০৫:০০ বজাৰ ID:proj.director2019@gmail.com ত মেইল যোগে প্ৰেৰণ কৰিব লাগিব।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

অন্য খবৰৰ বাবে পঢ়ক : ব্ৰহ্মপুত্ৰ বোৰ্ড ত নিযুক্তি ২০২০

Next Story
চাকৰি