ব্ৰহ্মপুত্ৰ বোৰ্ড ত নিযুক্তি ২০২০

ব্ৰহ্মপুত্ৰ বোৰ্ড ত নিযুক্তি ২০২০

ব্ৰহ্মপুত্ৰ বোৰ্ড ত নিযুক্তি ২০২০

ব্ৰহ্মপুত্ৰ বোৰ্ড গুৱাহাটী, ব্ৰহ্মপুত্ৰ বোৰ্ড (statutory body) ACT 46 of 1980 ৰ অধীনত ইচ্ছুক প্ৰাৰ্থী ৰ পৰা ডেপুটি ফাইনেনচিয়েল এডভাইজাৰ ৰ বাবে আবেদন বিচাৰিছে।

পদৰ নাম - ডেপুটি ফাইনেনচিয়েল এডভাইজাৰ (Non-Ministerial Finance Account Cadre)

বয়স সীমা - ৫৬ বছৰ

অৰ্হতা- Officers of the Central Government or State Government or Union Territory Administrations or State Electricity Boards or Public Sector Undertakings or Statutory Organisations or Autonomous bodies or Universities or recognized Research Institutions

**ইচ্ছুক প্ৰাৰ্থীসকলে নিজৰ আবেন পত্ৰ ৰ সৈতে চাৰি খন বায়অ' ডাটা Secretary, Brahmaputra Board, Basistha, Guwahati-29 ত পঠিয়াব লাগিব ২৮/০২/২০২০ তাৰিখৰ আগত।

Note- While forwarding the applications the lending/Administrative Authorities may forward CR dossiers for last 5 years of the officers concerned and certify that the information furnished by the applicants are correct and no vigilance/ disciplinary case is pending or contemplated against the officers in the prescribed format (enclosed Annexure-I).

শেষ তাৰিখ- ২৮/০২/২০২০

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com