কেন্দ্রীয় বিদ্যালয় (AFS), বৰঝাৰত নিযুক্তি ২০২০

কেন্দ্রীয় বিদ্যালয় (AFS), বৰঝাৰত নিযুক্তি ২০২০

কেন্দ্রীয় বিদ্যালয় (AFS), বৰঝাৰত নিযুক্তি ২০২০

কেন্দ্রীয় বিদ্যালয় (AFS), বৰঝাৰে ঠিকাভিত্তিক শিক্ষক পদৰ বাবে ইচ্ছুক আৰু যোগ্য প্রার্থী ৰ পৰা ৱা্ক-ইন-ইনটাৰভিউৰ বাবে আবেদন বিচাৰিছে।

ৱা্ক-ইন-ইনটাৰভিউৰ সময়- ১১-০২-২০২০/১২-০২-২০২০ৰাতিপুৱা ৮:০০ বজাত

অধিক তথ্যৰ বাবে - আৱেদনকাৰী সকলে http://borjhar.kvs.ac.in ৱেবচাইটত ত চাব পাৰিব।

পঞ্জিয়নৰ সময় - ৰাতিপুৱা ৮:০০ ৰ পৰা ১০:০০

সাক্ষাৎকাৰ ৰ কাৰ্যসূচী-

তাৰিখ- ১১/০২/২০২০ ( মঙ্গলবাৰ) PGTs ( ইংৰাজী, হিন্দী, গণিত)/ TGTs ( ইংৰাজী, হিন্দী, গণিত, বিজ্ঞান, সাধাৰণ বিজ্ঞান, সংস্কৃত, ছবি )

PRTs, অসমীয়া Tr., জাৰ্মান Tr., আৰ্ট এণ্ড ক্ৰাৰ্ফট Tr, নৃত্য প্ৰশিক্ষক।

.তাৰিখ ১২/০২/২০২০( বুধবাৰ): PGTs( পদার্থবিজ্ঞান, ৰাসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, কম্পিউটাৰ বিজ্ঞান, অৰ্থনৈতিক, বাণিজ্য, বুৰঞ্জী, ভূগোল, সমাজবিজ্ঞান)

চিকিৎসক, নাৰ্চ, পৰামৰ্দাতা, খেল প্ৰশিক্ষক, যোগ প্ৰশিক্ষক

দৰমহা-

PGT ৩২৫০০/-

TGT ৩১২৫০/-

কম্পিউটাৰ প্ৰশিক্ষক (Senior Section)/ জাৰ্মান/ পৰামৰ্দাতা - ৩১২৫০

PRT/যোগ/প্ৰশিক্ষক

২৬২৫০/-

কম্পিউটাৰ প্ৰশিক্ষক(Primary Section) - ২৬২৫০/-

অসমীয়া বিষয়ৰ শিক্ষক -

২৬২৫০/-

চিকিৎসক ১০০০/- প্ৰতি দিন

নাৰ্চ-৭৫০/- প্ৰতি দিন

ৱা্ক-ইন-ইনটাৰভিউৰ - ১১-০২-২০২০/১২-০২-২০২০

সময় : ৮:০০ ৰাতিপুৱা।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com