অসম চৰকাৰৰ সংগ্ৰহালয় সঞ্চালকালয়ত নিযুক্তি ২০২০

অসম চৰকাৰৰ সংগ্ৰহালয় সঞ্চালকালয়ত নিযুক্তি ২০২০

অসম চৰকাৰৰ সংগ্ৰহালয় সঞ্চালকালয়ত নিযুক্তি ২০২০

অসম ৰাজিক সংগ্ৰহালয় সঞ্চালকালয়ত নিম্নলিখিত গ্রেড-IV স্বীকৃত পদ সমূহৰ অনুমোদিত পদ সমূহৰ পূৰণৰ বাবে যোগ্য প্রার্থীৰ পৰা অসম গেজেট পাৰ্ট-IXত প্ৰকাশিত অনুসৰি ইচ্ছুক প্ৰাৰ্থী ৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: গ্ৰেড-IV

পগৰ সংখ্যা: ৪[2- UR, 1-ST (P), 1-SC]

দৰমহা- PB ১২০০০-৩৭০০০, গ্ৰেড পে ৩৯০০

শিক্ষাগত অৰ্হতা: অষ্টম শ্রেণি / মেট্ৰিক উত্তীর্ণ।

বয়স- ১৮ বছৰ বয়সতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হব নালাগিব(০১-০১-২০২০)(as per Govt. Notification No.ABP.6/2016/8, dated 18th April, 2018) এচ চি/এচ চি প্ৰাৰ্থী ৰ বাবে ০৫ বছৰ আৰু অ বি চি/ এম অ বি চি প্ৰাৰ্থীৰ বাবে ০৩ বছৰ পৰ্যন্ত ৰেহাই ।

* আবেদন কাৰী সকলে আবেদনত Employment Registration No লিখিব লাগিব।

* প্ৰাৰ্থী সকল শাৰীৰিক ভাৱে সক্ষম হব লাগিব।

* প্ৰাৰ্থী সকল ৰাজ্যিক ভাষা জনাটো প্ৰয়োজন।

* চৰকাৰী বিভাগত কৰ্মত প্ৰাৰ্থী সকলে যথাযথ মাধ্যমেৰে আবেদন জমা দিব লাগিব

নিৰ্বাচন প্ৰক্ৰিয়া- প্ৰাৰ্থী সকলে ৫০ নম্বৰ ৰ ৯০ মিনিটৰ লিখিত পৰীক্ষা দিব লাগিব।(No TA/DA will be borne for attending test.)

নিৰ্বাচিত হোৱা প্ৰাৰ্থীসকলে আৱেদন ৰ সৈতে প্ৰয়োজনীয় নথিপত্ৰসমূহৰ পৰীক্ষা কৰাব লাগিব।

*সাক্ষাৎকাৰ লোৱা নহয়।

*আবেদনৰ মাচুল লোৱা নহয়।

** আবেদনকাৰী সকলে নিম্ন লিখিত নথিপত্ৰ সমূহ জমা দিব লাগিব:

* নিজ স্বাক্ষৰিত বয়স প্ৰমান পত্ৰ, শিক্ষাৰ প্ৰমান পত্ৰ,জনজাতিয় প্ৰমান পত্ৰ, অভিজ্ঞতাৰ প্ৰমান পত্ৰ, নিয়োগ পঞ্জিয়ন কার্ড আবাসিক প্ৰমান পত্র(পি আৰ চি/ভোটাৰ ই ডি)আবেদনত নিজৰ ফোন নম্বৰ সমূহ উল্লেখ কৰিব লাগিব।

*নিজ স্বাক্ষৰিত তিনি খন পাছপৰ্ট ফটো

*নিজৰ ঠিকনা উল্লেখিত এনভলপ (22 cm x 10 cm) ৫ টকাৰ পোষ্টেলষ্টাম্প ।

* প্ৰাৰ্থী সকলে আবেদনৰ এনভলপৰ ওপৰত পদৰ নাম উল্লেখ কৰিব লাগিব।

আবেদনসমূহ Directorate of Museums, Assam, Ambari, Guwahati – 781001 ঠিকনাত পঠিয়াব লাগিব।

আবেদনৰ শেষ তাৰিখ- ২০-০২-২০২০

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com