চাকৰি

মিছামাৰীৰ আৰ্মী পাব্লিক স্কুলত নিম্ন বৰ্গৰ সহায়ক নিযুক্তি

শোণিতপুৰৰ আৰ্মী পাব্লিক স্কুলে নিম্ন বৰ্গৰ সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ উপলব্ধ নহয়।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৯০২০২০। 

আবেদনৰ নিয়মঃ আবেদন পত্ৰ আৰু অন্যান্য সবিশেষ তথ্য www.apsmissamari.co.in-ত পাব।