Begin typing your search above and press return to search.

এপ্ৰেণ্টিচ নিয়োগৰ বাবে এন এফ ৰেলৱেৰ আবেদন আহ্বান

এপ্ৰেণ্টিচ নিয়োগৰ বাবে উত্তৰ-পূব সীমান্ত ৰেলৱেই আবেদন বিচাৰিছে।

এপ্ৰেণ্টিচ নিয়োগৰ বাবে এন এফ ৰেলৱেৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Sep 2020 12:34 PM GMT

খালী পদৰ সংখ্যাঃ ৪,৪৯৯টা।

নিয়োগৰ স্থানঃ বঙাইগাঁও, ডিব্ৰুগড়, কামৰূপ, কাটিহাৰ, আলিপুৰদুৱাৰ, হোজাই,

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৯-২০২০। কেৱল অনলাইন আবেদনহে গ্ৰহণ কৰা হব।

নিযোগৰ নিয়মঃ ১৯৬১-ৰ এপ্ৰেণ্টিচ আইন অনুসৰি হ'ব।

বয়সৰ সীমাঃ ০১-০১-২০২০ত নূ্যনতম ১৫ বছৰ আৰু ২৪ বছৰ সম্পূৰ্ণ কৰা হব নালাগিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সশস্ত্ৰ বাহিনীত নিযুক্তি পৰীক্ষা

Next Story
চাকৰি