Begin typing your search above and press return to search.

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সশস্ত্ৰ বাহিনীত নিযুক্তি পৰীক্ষা

কেন্দ্ৰীয় লোকসেৱা আয়োগ(ইউ পি এছ চি)-এ কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী(CAPF)ত নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লৈছে ৷

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সশস্ত্ৰ বাহিনীত নিযুক্তি পৰীক্ষা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Sep 2020 12:20 PM GMT

খালী পদৰ সংখ্যাঃ ২০৯টা ৷

বয়সৰ সীমাঃ ১ আগষ্ট, ২০২০ত ন্যূনতম ২০হ'ব লাগিব আৰু ২৫বছৰতকৈ অধিক হ'ব নালাগিব ৷

চাকৰিৰ স্থানঃ সমগ্ৰ ভাৰতত ৷

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৭-০৯-২০২০৷

আবেদনৰ মাচুলঃ ২২০টকা ৷ সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে৷

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক ৷

আৰু চাব পাৰেঃ অসমৰ শ্ৰম বিভাগত ষ্টেনোগ্ৰাফাৰৰ পদখালী

Next Story
চাকৰি