Begin typing your search above and press return to search.

অসমৰ শ্ৰম বিভাগত ষ্টেনোগ্ৰাফাৰৰ পদখালী

অসম চৰকাৰৰ শ্ৰম বিভাগে ষ্টেনোগ্ৰাফাৰ-(গ্ৰেড-৩)নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

অসমৰ শ্ৰম বিভাগত ষ্টেনোগ্ৰাফাৰৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 Aug 2020 1:36 PM GMT

খালী পদৰ সংখ্যাঃ ০১টা। বয়সৰ সীমাঃ প্ৰাৰ্থীৰ বয়স ১ জানুৱাৰী ২০২০ত ১৮বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হব নালাগিব।

দৰমহাঃ ১৪ হেজাৰ টকাৰ পৰা ৬০,৫০০টকা। গ্ৰেড পে ৮,৭০০টকা।

নিযুক্তিৰ স্থানঃ অসম।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১২-০৯-২০২০।

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা, কম্পিউটাৰ পৰীক্ষা আদি।

আবেদনৰ নিয়মঃ www.slprbassam.inৰ জৰিয়তে আবেদন জনাব লাগিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ অসমৰ পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগত কনিষ্ঠ সহায়ক নিযুক্তি

Next Story
চাকৰি