অসমৰ পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগত কনিষ্ঠ সহায়ক নিযুক্তি

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে কনিষ্ঠ সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
অসমৰ পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগত কনিষ্ঠ সহায়ক নিযুক্তি

খালী পদৰ সংখ্যাঃ ১০টা।

দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৪৯হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ দিছপুৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-০৯-২০২০।

কাৰ্যালয়ৰ ঠিকনাঃ Secretariat Administration Department Assam, Dispur, Guwahati-6.।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com