সম্প্ৰসাৰণ বিষয়া নিযুক্তিৰ বাবে আবেদন আহ্বান

ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে অসমৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ অধীনত নিম্নোক্ত পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে
সম্প্ৰসাৰণ বিষয়া নিযুক্তিৰ বাবে আবেদন আহ্বান
Published on

পদৰ নামঃ সম্প্ৰসাৰণ বিষয়া।

খালী পদৰ সংখ্যাঃ ৮৭টা। দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৪৯হেজাৰ টকা।

বয়সৰ সীমাঃ ২০২০ৰ এক জানুৱাৰীত ১৮ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হব নালাগিব।

প্ৰাৰ্থীৰ জন্ম ২০০২ৰ ১ জানুৱাৰীত বা তাৰ পূৰ্বে আৰু ১৯৮২ৰ ১ জানুৱাৰী বা তাৰ পাছত হ'ব লাগিব।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৬-০৯-২০২০।

কাৰ্যালয়ৰ ঠিকনাঃ Address: Chairman State Level Police Recruitment Board, Assam Rehabari, Guwahati-781008। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com