চাকৰি

কৰিমগঞ্জত অৰুণোদয় সহায়কৰ প্ৰয়োজন

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ২০টা।

দৰমহাঃ মাহিলীঃ ১৫ হেজাৰ টকা।

চাকৰিৰ স্থানঃ কৰিমগঞ্জ।

বয়সৰ সীমাঃ ৩৫ বছৰতকৈ অদিক হব নালাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৮-২০২০।

আবেদনৰ নিয়মঃ https://niyog.assam.gov.in/karimganj/-ত পাব।