Begin typing your search above and press return to search.

গুৱাহাটী বিশ্ববিদ্যালয়ত পশু চিকিত্সকৰ পদখালী

গুৱাহাটী বিশ্ববিদ্যালয়ে পশু চিকিত্সক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

গুৱাহাটী বিশ্ববিদ্যালয়ত পশু চিকিত্সকৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Aug 2020 12:32 PM GMT

খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ ১৪ হেজাৰ টকাৰ পৰা ৪৯,০০০টকা।

বয়সৰ সীমাঃ ০১-০৭-২০২০ত ৩৮ বছৰতকৈ অধিক হব নালাগিব।

চাকৰিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১০-০৯-২০২০।

আবেদনৰ নিয়মঃ www.gauhati.ac.in-ত সকলো পাব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগত খণ্ড উন্নয়ন বিষয়া নিযুক্তি

Next Story
চাকৰি