চাকৰি

অসম কৃষি বিশ্ববিদ্যালয়ত নিযুক্তি ২০২০

Sentinel Digital Desk

অসম কৃষি বিশ্ববিদ্যালয়ত নিযুক্তি ২০২০

অসম কৃষি বিশ্ববিদ্যালয়ত চিনিয়ৰ প্ৰজেক্ট এচচিয়েটৰ খালি পদ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: চিনিয়ৰ প্ৰজেক্ট এচচিয়েটৰ

পদৰ সংখ্যা: ০১

দৰমহা: ৪২,০০০/- টকা প্ৰতি মাহ

কৰ্ম স্থান: যোৰহাট

ৱাক-ইন-ডেট: ২৮/০২/২০২০

ঠিকনা: Assam Agricultural University, Jorhat, PIN – 785013, Assam

বাচনি প্ৰক্ৰিয়া: লিখিত পৰীক্ষা/ সাক্ষাৎকাৰ

**ৱা্ক-ইন-ইন্টাৰভিউ ২৮/০২/২০২০ ৰ ৰাতিপুৱা ১০:৩০ বজাত অনুষ্ঠিত হব। প্ৰাৰ্থীসকলে সাক্ষাৎকাৰত বাইঅ' ডাটা , ৰি-প্ৰিন্টচ/ পাব্লিকেচন ইত্যাদি একপি পাসপোর্ট ফটো, সাক্ষাৎকাৰৰ দিনা দেখুৱাব লাগিব।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here