আৰ্যবিদ্যা পীঠ মহাবিদ্যালয় ত সহকাৰী অধ্যাপকৰ পদৰ নিযুক্তি ২০২০

আৰ্যবিদ্যা পীঠ মহাবিদ্যালয় ত সহকাৰী অধ্যাপকৰ পদৰ নিযুক্তি ২০২০

আৰ্যবিদ্যা পীঠ মহাবিদ্যালয় ত সহকাৰী অধ্যাপকৰ পদৰ নিযুক্তি ২০২০

আৰ্যবিদ্যা পীঠ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ পদৰ নিযুক্তি বাবে কৰ্তৃপক্ষই যোগ্য প্রার্থী ৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: সহকাৰী অধ্যাপক

পদৰ সংখ্যা:৩

ইংৰাজী-০১ (ৰোষ্টাৰ পইন্ট ১০৩) অসংৰক্ষিত

পৰিসংখ্যা:০১ (ৰোষ্টাৰ পইন্ট ৫০) অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত ST(H)

গণিত:০১ (ৰোষ্টাৰ পইন্ট ৭৩) অবিচি এমঅবিচি ৰ বাবে সংৰক্ষিত

প্রার্থীসংশ্লিষ্ট বিষয়ত ন্যূনতম 55% নম্বৰ থাকতে হবে এছ ছি / এছ টি / পি ডাব্লু ডি প্রার্থীৰ বাবে 5% নম্বৰ ৰেহাই কৰা হব।১৯ চেপ্তেম্বৰ 1991 চনৰ আগে পি এইচ ডি ডিগ্রীৰ সম্পূর্ণ কৰা প্ৰাৰ্থী সকলৰ বাবেও 5% নম্বৰ ৰেহাই কৰা হব।

বয়স সীমা - প্ৰাৰ্থীৰ বয়স ০১.০১.২০২০ লৈকে ৩৮ বছৰ পযর্ন্ত বা তাতোকৈ অধিক হব নালাগিব।এছ ছি / এছ টি / পি ডাব্লু ডি প্রার্থীসকলৰ বাবে ৫ বছৰৰ ৰেহাই আৰু অ বি চি/এম অ বি চি প্ৰাৰ্থীসকলৰ বাবে ৩ বছৰ ৰ ৰেহাই দিয়া হৈছে।

আবেদনৰ বাবে প্ৰাৰ্থীসকলে প্ৰকাশনৰ (৩০-০১-২০২০) ১৫ দিনৰ ভিতৰত নন ৰিফান্ডেবল ডিমান্ড ড্ৰাফট যোগে ২০০০/- টকা গুৱাহাটি-এ প্রিন্সিপাল, আর্য বিদ্যাপীঠ মহাবিদ্যালয়, গুৱাহাটি -১৬ ঠিকনা ত পঠিয়াব লাগিব।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com