Begin typing your search above and press return to search.

এইচ এল এল (HLL) ত ষ্টেট প্ৰোগেম মেনেজাৰ পদক নিযুক্তি ২০২০

এইচ এল এল  (HLL) ত ষ্টেট প্ৰোগেম মেনেজাৰ পদক নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Feb 2020 12:05 PM GMT

এইচ এল এল (HLL) ত ষ্টেট প্ৰোগেম মেনেজাৰ পদক নিযুক্তি ২০২০

এইচ এল এল(HLL)ত ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীৰ পৰা খালি পদ পূৰণৰ বাবে আবেদন বিচাৰিছে।

পদৰ নাম: ষ্টেট প্ৰগ্ৰেমাৰ মেনেজাৰ

পদৰ সংখ্যা: ০১

কৰ্ম স্থান: গুৱাহাটী

ৱা্ক-ইন-ডেট: ১১/০২/২০২০

বয়স: ৩৭ বছৰ (০১/০২/২০২০)

ঠিকনা: HLL Lifecare Limited,n3rd Floor, PKD Court, East Manipuri Road, 1st Bye lane, Paltan Bazar. Guwahati, Assam 781008

** প্ৰাৰ্থী সকলে বাচনি পৰীক্ষাৰ দিনা সম্পূর্ণ নথিপত্ৰসমূহ দেখুওৱাব লাগিব।

বাচনি প্ৰক্ৰিয়া: লিখিত পৰীক্ষা

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

অন্য খবৰৰ বাবে পঢ়ক : জুনিয়ৰ একাউনটেণ্ট পদৰ বাবে ভাৰতীয় ডাকত নিযুক্তি ২০২০

Next Story
চাকৰি