Begin typing your search above and press return to search.

জুনিয়ৰ একাউনটেণ্ট পদৰ বাবে ভাৰতীয় ডাকত নিযুক্তি ২০২০

জুনিয়ৰ একাউনটেণ্ট পদৰ  বাবে ভাৰতীয় ডাকত নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Feb 2020 11:54 AM GMT

জুনিয়ৰ একাউনটেণ্ট পদৰ বাবে ভাৰতীয় ডাকত নিযুক্তি ২০২০

ডাইৰেক্টৰ অৱ একাউন্টচ ( ভাৰতীয় ডাক) ,অসম,চাৰ্কল,গুৱাহাটীয়ে গ্ৰুপ চি (group C)ৰ বিভিন্ন পদত ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম : জুনিয়ৰ একাউন্টেট

দৰমহা: ৫২০০/- টকা ৰ পৰা ২০,০০০/- টকা গ্ৰেড পে ২৮০০/- টকা

পদৰ সংখ্যা: ১০টা

আবেদনৰ শেষ তাৰিখ: ০৬/০৩/২০২০

** ইচ্ছুক প্ৰাৰ্থীসকলে ০৬/০৩/২০২০ তাৰিখৰ ভিতৰত আবেদনসমূহ জমা কৰিব লাগিব। আবেদনকাৰী সকলে অধিক তথ্যৰ বাবে www.indiapost.gov.in ৱেবচাইটত চাব পাৰিব।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

অন্য খবৰৰ বাবে পঢ়ক : নেচনেল ইনভেস্টিগেচন এজেন্সি (NIA) ত নিযুক্তি ২০২০

Next Story
চাকৰি