চাকৰি

অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰকল্প বিজ্ঞানীৰ প্ৰয়োজন

Sentinel Digital Desk

পদৰ নামঃ প্ৰকল্প বিজ্ঞানী(ৰাইচ নলেজ বেংক)

খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ বাৰ্ষিক ৪.৮০লাখ টকাৰ পৰা ৫.৮৬লাখ টকা।

নিযুক্তিৰ স্থানঃ যোৰহাট।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০২-০৯-২০২০।

আবেদনৰ নিয়মঃ অহা ২ ছেপ্টেম্বৰৰ ভিতৰত আবেদন পত্ৰ আৰু বায়োডাটা apartaau@aau.ac.in on-লৈ প্ৰেৰণ কৰক।