চাকৰি

অসম কৃষি বিশ্ববিদ্যালয়ত জে আৰ এফ মকৰল

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ এটা ৷

দৰমহাঃ মাহিলী ৩১হেজাৰ টকা ৷

শিক্ষাগত অৰ্হতাঃ এম এছ চি(কৃষি)৷ তদুপৰি সংশ্লিষ্ট ক্ষেত্ৰত ন্যূনতম এবছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ শেষ তাৰিখ: ১৮-০৯-২০২০ ৷

আবেদনৰ নিয়মঃ আবেদন জনোৱাৰ সকলো নিয়ম কৃষি বিশ্ববিদ্যালয়ৰ ৱেটছাইট www.aau.ac.inত পাব ৷