চাকৰি

অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনত নিভিন্ন ধৰণৰ পদখালী

অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনত নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।

Sentinel Digital Desk

পদসমূহঃ

১) মেডিকেল অনকোলজিষ্ট।

নিযুক্তিৰ স্থানঃ ডিব্ৰুগড়, ডিফু, শিলচৰ আৰু বৰপেটা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ডি এম বা ডি এন বি। কোনো কৰ্কট প্ৰতিষ্ঠানত কাম কৰাৰ দুবছৰৰ অভিজ্ঞতা থাকিব লাগিব।

২) প্ৰৱন্ধক/জ্যেষ্ঠ প্ৰৱন্ধক।

শিক্ষাগত অৰ্হতাঃ বায়ো-মেডিকেল ইঞ্জিনীয়াৰিঙৰ বি টেক/এম টেক।

চাকৰিৰ স্থানঃ গুৱাহাটী।

৩) ক্ষেত্ৰ অভিযন্তা

শিক্ষাগত অৰ্হতাঃ চিভিল বা যান্ত্ৰিক বা বৈদ্যুতিক অভিযান্ত্ৰিকৰ বি টেক বা এম টেক। ডাঙৰ নিৰ্মাণ প্ৰকল্পত কাম কৰাৰ নূন্যতম দুবছৰৰ অভিজ্ঞতা থাকিব লাগিব।

৪) নাৰ্ছ

শিক্ষাগত অৰ্হতাঃ জি এন এমসহ ন্যূনতম দুবছৰৰ কৰ্ম—অভিজ্ঞতা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৯-২০২০ৰ সন্ধিয়া ৬ বজা।