Begin typing your search above and press return to search.

গুৱাহাটীত আঞ্চলিক বিষয়া নিযুক্তিৰ বাবে চেন্সৰ ব'ৰ্ডৰ আবেদন আহ্বান

চেন্সৰ ব'ৰ্ডে অতিৰিক্ত আঞ্চলিক বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

গুৱাহাটীত আঞ্চলিক বিষয়া নিযুক্তিৰ বাবে চেন্সৰ বৰ্ডৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Sep 2020 9:49 AM GMT

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ৬৭,৭০০টকাৰ পৰা ২,০৮, ৭০০টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৪-০৯-২০২০।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰী। তদুপৰি আন এটা ভাৰতীয় ভাষাসহ হিন্দীৰ উন্নত জ্ঞান থাকিব লাগিব। ভাৰত বুৰঞ্জী আৰু ভাৰতীয় ভাল জ্ঞান থাকিব লাগিব। প্ৰশাসনিক বা ব্যৱস্থাপনাৰ দায়িত্বশীল পদবীত নূন্যতম সাত বছৰ কাম কৰিব লাগিব।

বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত ৫৬ বছৰতকৈ অধিক হ'ব নালাগিব।

কাৰ্যালয়ৰ ঠিকনাঃ Under Secretary (Films), Ministry of Information and Broadcasting, A-Wing, Shastri Bhavan, New Delhi-l10001 প্ৰাৰ্থী বাছনিঃ ডেপুটেচন ভিত্তিক।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু পঢ়িব পাৰেঃ আই চি এম আৰৰ ডিব্ৰুগড়ৰ আঞ্চলিক গৱেষণা কেন্দ্ৰত পদখালী

Next Story