চাকৰি

অসম ইলেকট্রনিকচ ডেভেলপমেন্ট কৰপোৰেচন লিমিটেড (AMTRON)ত নিযুক্তি ২০২০

Sentinel Digital Desk

অসম ইলেকট্রনিকচ ডেভেলপমেন্ট কৰপোৰেচন লিমিটেড (AMTRON)ত নিযুক্তি ২০২০

অসম ইলেকট্রনিকচ ডেভেলপমেন্ট কৰপোৰেচন লিমিটেডে চাইবাৰ ইনটেলিজেনচ চেন্টাৰ অৱ এক্সিলেনচি অৱ টেক চিটি,গুৱাহাটী ত চাইবাৰ চিকিউৰিটি কনচালন্টেটচ ৰ পদত ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: চাইবাৰ চিকিউৰিটি কনচালন্টেট

পদৰ সংখ্যা: ০৩

দৰমহা: ৫০,০০০/- টকা

কৰ্ম স্থান: গুৱাহাটী

আবেদনৰ শেষ তাৰিখ: ২০/০২/২০২০

বাচনি প্ৰক্ৰিয়া: বাচি উলিওৱা প্ৰাৰ্থীৰ সকলেহে লিখিত পৰীক্ষা/ সাক্ষাৎকাৰত উপনীত হব পাৰিব। প্ৰাৰ্থীসকলে অধিক তথ্যৰ বাবে http://amtron.in ৱেবচাইটত চাব পাৰিব।

ঠিকনা: Assam Electronics Development Corporation Ltd. (AMTRON)Industrial Estate, Bamunimaidan, Guwahati-781021

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here