Begin typing your search above and press return to search.

প্ৰাথমিক শিক্ষা সঞ্চালকালয়, অসম নিম্ন প্ৰাথমিক শিক্ষকৰ নিযুক্তি ২০২০

প্ৰাথমিক শিক্ষা সঞ্চালকালয়, অসম নিম্ন প্ৰাথমিক শিক্ষকৰ নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Feb 2020 9:39 AM GMT

প্ৰাথমিক শিক্ষা সঞ্চালকালয়, অসম নিম্ন প্ৰাথমিক শিক্ষকৰ নিযুক্তি ২০২০

প্ৰাথমিক শিক্ষা সঞ্চালকালয়, অসম নিম্ন প্ৰাথমিক শিক্ষকৰ খালি পদ সমূহৰ বাবে উপযুক্ত প্ৰাৰ্থী ৰ পৰা আবেদন বিচৰা হৈছে।

পদৰ সংখ্যা- ৫৫১৫

দৰমহা-১৪০০০- ৪৯০০০/-

আবেদনৰ শেষ তাৰিখ-১১/০২/২০২০

বয়স সীমা- ১জানুৱাৰী পর্যন্ত ১৮ ৰ ৩৮ বছৰ হব লাগিব।

(এচ. চি/এচ টি প্ৰাৰ্থীৰ বাবে ৫ বছৰ ৰেহাই।)

শিক্ষাগত অৰ্হতা-

* ছিনিয়ৰ ছেকেণ্ডাৰী ৫০% নম্বৰ, ২বছৰীয়া প্ৰাথমিক শিক্ষা ৰ ওপৰত ডিপ্লোমা । NCTE ৰ ২০০২ আইন অধীনত ছিনিয়ৰ ছেকেণ্ডাৰী ৪৫% নম্বৰ, ২বছৰীয়া প্ৰাথমিক শিক্ষা ৰ ওপৰত ডিপ্লোমা হব লাগিব।

অথবা ছিনিয়ৰ ছেকেণ্ডাৰী ৫০% নম্বৰ, ৪বছৰীয়া প্ৰাথমিক শিক্ষা (B.El.Ed.) অথবা ছিনিয়ৰ ছেকেণ্ডাৰী ৫০% নম্বৰ, ২বছৰীয়া শিক্ষাত (Special Education)ডিপ্লোমা আৰু NCTE আইনৰ অধীনত টেট (TET) উত্তীৰ্ণ হব লাগিব। ৫% এচ. চি/এচ টি(p)/এচ টি (h)/ অ বি চি/ এম অ বি চি আৰু শাৰীৰিক ভাৱে প্ৰতিবন্দী প্ৰাৰ্থীৰ।

** প্ৰাৰ্থীসকলে ২০০/- ১৫০/-(এচ. চি/এচ টি(p)/এচ টি (h) ) মাচুল আদায় কৰিব লাগিব আৰু বি পি এল প্ৰাৰ্থী বাবে এই মাচুল বিনামূলীয়া।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

অন্য খবৰৰ বাবে পঢ়ক : এয়াৰলাইন এলাইড চাৰ্ভিচ লিমিটেড নিযুক্তি ২০২০

Next Story
চাকৰি