Begin typing your search above and press return to search.

এয়াৰলাইন এলাইড চাৰ্ভিচ লিমিটেড নিযুক্তি ২০২০

এয়াৰলাইন এলাইড চাৰ্ভিচ লিমিটেড নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Feb 2020 9:29 AM GMT

এয়াৰলাইন এলাইড চাৰ্ভিচ লিমিটেড নিযুক্তি ২০২০

এয়াৰলাইন এলাইড চাৰ্ভিচ লিমিটেডত খালি পদসমূহ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: ফাৰ্ষ্ট অফিচাৰ / চিনিয়ৰ ফাৰ্ষ্ট অফিচাৰ

পদৰ সংখ্যা: ১৫

দৰমহা: ২৫,০০০/- ৰ পৰা ৩,৩৫,০০০/- টকা প্ৰতি মাহ।

বয়স: ৪৫ বছৰ

কৰ্ম স্থান: ভাৰতবৰ্ষ

আবেদনৰ মাচুল: ১৫০০/- টকা (এচ.টি/এচ চি প্ৰাৰ্থীৰ বাবে মাচুল ৰেহাই)

আবেদনৰ শেষ তাৰিখ: ১৮/০৯/২০২০

বাচনি প্ৰক্ৰিয়া: সাক্ষৎকাৰ

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : click Here

অন্য খবৰৰ বাবে পঢ়ক : মণিপুৰ চেক্ৰেটেৰিয়েটত নিযুক্তি ২০২০

Next Story
চাকৰি