খালী পদৰ সংখ্যাঃ ১টা।
দৰমহাঃ মাহিলী ১,৭৫,০০০টকা।
নিযুক্তিৰ স্থানঃ গুৱাহাটী।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৭-২০২০।
ঠিকনাঃ Assam Industrial Development Corporation Limited, R. G. Baruah Road, Guwahati-781024.
প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা আৰু সাক্ষাতকাৰৰ ভিত্তিত। নিৰ্ধাৰিত প্ৰ-পত্ৰৰ জৰিয়তে আবেদন আৰু শিক্ষাগত অৰ্হতা, বয়স আদিৰ প্ৰমাণপত্ৰ ৩১ জুলাইৰ নিশা ৭ বজাৰ পূৰ্বে aidcpmfme@gmail.com লৈ প্ৰেৰণ কৰিব লাগিব।
সবিশেষ জানিবলৈ https://www.aidcltd.com/pdf/1595585722PMU_PMFME_advertisment.pdf চাওক।
আৰু পঢ়িব পাৰেঃ বেংক অৱ বৰোডাত মেডিকেল কনছালটেণ্ট নিযুক্তি