খালী পদৰ সংখ্যাঃ ১টা।
দৰমহাঃ মাহিলী ২২হেজাৰ টকাৰ পৰা ৮৭হেজাৰ টকা।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০-০৬-২০২০ ।
বয়সৰ সীমাঃ আবেদন দাখিলৰ সময়ত প্ৰাৰ্থীৰ বয়স ২৫ বছৰতকৈ কম আৰু ৩৮বছৰতকৈ অধিক হ'ব নালাগিব।
সবিশেষ জানিবলৈ http://assamassembly.gov.in/recruitment.pdf চাওক।
আৰু চাব পাৰেঃ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ আইনী পৰামৰ্শদাতা নিযুক্তি