স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ আইনী পৰামৰ্শদাতা নিযুক্তি

অসমৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ে আইনী পৰামৰ্শদাতা (Legal Adviser) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ আইনী পৰামৰ্শদাতা নিযুক্তি
Published on: 

খালী পদৰ সংখ্যাঃ এটা।

দৰমহাঃ মাহিলীঃ ১৭,৩২৫টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৩-০৭-২০২০।

প্ৰাৰ্থী বাছনি লিখিত পৰীক্ষা আৰু সাক্ষাত্কাৰৰ ভিত্তিত কৰা হ'ব।

অহা ৩ জুলাইত গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ কাৰ্যালয়ত সাক্ষাত্কাৰ অনুষ্ঠিত হ'ব। সাক্ষাত্কাৰলৈ অহা প্ৰাৰ্থীয়ে লগত শিক্ষাগত অৰ্হতা, বয়স আদিৰ মূল প্ৰমাণপত্ৰ আনিব লাগিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com